79
চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি ধপাত বিৰোধী অভিযান চলাই দুলীয়াজানত৷
সংগঠনটোৰ দুলীয়াজান আঞ্চলিক সমিতিৰ প্ৰায় ৪০ জনীয়া এটা দলে বিয়লি ভাগত চহৰখনৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাই বৃহৎ পৰিমাণৰ ধঁপাত আৰু গুটখা জাতীয় সামগ্ৰী জব্দ কৰে।