54
মঙলদৈঃ দৰং জিলা প্ৰশাসনে আজি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত এটা অবৈধ কাঠফলা মিল জব্দ কৰে।
মঙলদৈৰ চহৰৰ সমীপৰ জলজলিৰ চপৰা অঞ্চলত অভিযান চলাই জিলা প্ৰশাসনে এটি কাঠফলা মিল সহ মূল্যৱান কাঠ জব্দ কৰে৷