ডিআইজিৰ হস্তক্ষেপত শান্ত হ’ল ডিফুৰ চিপাহী বিদ্ৰোহ

Home ৰাজ্যডিআইজিৰ হস্তক্ষেপত শান্ত হ’ল ডিফুৰ চিপাহী বিদ্ৰোহ

ডিআইজিৰ হস্তক্ষেপত শান্ত হ’ল ডিফুৰ চিপাহী বিদ্ৰোহ

by News Desk
57 views
A+A-
Reset

ডিফুঃ এজন এবি কনিষ্টবলক চৰিয়াই নিজ বিভাগৰে চিপাহীসকলৰ ৰোষৰ বলি হোৱা কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকক লৈ সৃষ্টি হোৱা বিতৰ্ক আজি ডিফুস্থিত মধ্য সংমণ্ডলৰ ডিআইজি বি পি ৰাভাৰ হস্তক্ষেপত শান্ত হয়৷ উল্লেখযোগ্য যে কালি বিয়লি ২-৩০ বজাত  ডিফু আৰক্ষী ছাউনি চৌহদত কামজাৰী কৰি থকা অৱস্থাত এবি উপ পৰিদৰ্শক পংকজ মহন্ত আৰু এবি কনিষ্টবল লালমুংগান লুছাইৰ কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয়।

কাজিয়াই উগ্ৰ ৰূপ ধাৰণ কৰাত ঘটনাস্থলীত এছ পি ডঃ জিবি শিৱ প্ৰসাদ উপস্থিত হৈ এবি কনিষ্টবলজনক চৰিয়াই দিয়াৰ ফলত উপস্থিত অনান্য কনিষ্টবল সকলে ঘটনা প্ৰত্যক্ষ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে৷ ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে সন্ধিয়া শতাধিক চিপাহীয়ে আৰক্ষী অধীক্ষকগৰাকীৰ ৰাৰ্যালয় ঘেৰাও কৰি এছ পিৰ বদলিৰ দাবীত বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0