72
ডিজিটেল ডেস্কঃ কেৰ্কেটুৱাই তামোল খায়, নেউলক ধৰি কিলায় বুলি অসমীয়াত কথা এষাৰ আছে। অনুৰূপ ঘটনাই ঘটিছে স্নেপডিলৰ ক্ষেত্ৰত। কাৰোবাৰ ভূলৰ বাবে কোনোবাই পাইছে শাস্তি।
দৰাচলতে স্নেপচাট নামৰ অনলাইন চাটিং কোম্পানীটোৱে ভাৰতত কোম্পানীটোৰ ব্যৱসায় সম্পৰ্কে কৰা আলোচনাত ভাৰতক দুখীয়া দেশ বুলি কোৱাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে হেনো দেশখনত স্নেপচাটৰ ইউজাৰৰ সংখ্যা বঢ়া নাই।