Home ৰাজ্যঅৱসৰ প্রাপ্ত বন বিষয়া বুধিন শইকীয়া পৰলোক

অৱসৰ প্রাপ্ত বন বিষয়া বুধিন শইকীয়া পৰলোক

by News Desk
58 views
A+A-
Reset

নামতিঃ মৃত্যুৰ কুৱঁলী বৰণীয়া চাদৰখন গাত মেৰিয়াই গুছি গ’ল অৱসৰ প্রাপ্ত বন বিষয়া বুধিন শইকীয়া৷ শিৱসাগৰ জিলাৰ নামতিৰ টিপমীয়া গাঁৱৰ নিবাসী বুধিন শইকীয়াৰ দেওবাৰে পুৱা যোৰহাটৰ মিছন চিকিৎসালয়ত পৰোলোকপ্ৰাপ্তি ঘটে৷ ৬১ বছৰীয়া শইকীয়া বিগত কেইবাদিনো ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ 

বন বিষয়া হিচাপে কৰ্মজীৱন সমাপ্ত কৰি অৱসৰ গ্ৰহণ কৰাৰ এবছৰ পাছতেই পৰোলোকপ্ৰাপ্তি ঘটা শইকীয়া আছিল এগৰাকী সমাজ সেৱক৷ অঞ্চলটোৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ সতে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে জড়িত থাকি সদায় সমাজৰ হকে কাম কৰা শইকীয়াৰ মৃত্যুত নামতি অঞ্চলৰ দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে গভীৰ শোক প্ৰকাশ কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0