Home দেশছোনীয়াৰ বৈঠকলৈ নাহিল মমতাৰ তৃণমূল

ছোনীয়াৰ বৈঠকলৈ নাহিল মমতাৰ তৃণমূল

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংসদত বাজেট দাখিল কৰাৰ পিছতেই বিৰোধী একত্ৰিত হৈ শাসকীয় বিজেপি দলক সদনত শলঠৈকত পেলাবলৈ সাজু হৈছে৷ ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে বিৰোধী দল সমূহক আমন্ত্ৰণ কৰি সংসদ ভৱনত বৈঠক অনুষ্ঠিত কৰে৷

গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয় সৰ্ন্দভত সকলো বিৰোধীক একত্ৰিত হৈ মাত মতাৰ লগতে কাম কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই ছোনীয়াই৷ সংসদত অনুষ্ঠিত হোৱা বৈঠকত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰা দেখা যায়৷ ৰাষ্ট্ৰীয় বিষয়ক লৈ বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ কয় ছোনীয়া গান্ধীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0