ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধি সাজু হৈ উঠিছে দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছে৷ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে মহাধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷
Nobody can stop Rahul Gandhi from becoming the Prime Minister of the country in 2019: Karnataka CM Siddaramaiah at #CongressPlenarySession in Delhi pic.twitter.com/rykklq0xmz