95
পাঞ্জাবাৰীঃ ২৬ মে’ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্ষপুৰ্তি অনুষ্ঠানৰ বাবে বিজেপি দল, চৰকাৰ, আৰক্ষী প্ৰশাসন, আমোলা সকলোৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷
মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হবলগীয়া বৰ্ষপুৰ্তি অনুষ্ঠানৰ সুৰক্ষাৰ বাবে আৰক্ষী-প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।