Home ৰাজ্যএন্ধাৰত ডুব যোৱা নন্দিতাৰ সমষ্টিৰ ছমৰীয়াপাম গাঁও, বেলি ডুবাৰ পিছত সন্তানে পঢ়িবলৈ নাপায় পোহৰ

এন্ধাৰত ডুব যোৱা নন্দিতাৰ সমষ্টিৰ ছমৰীয়াপাম গাঁও, বেলি ডুবাৰ পিছত সন্তানে পঢ়িবলৈ নাপায় পোহৰ

by News Desk
91 views
A+A-
Reset

newsnextone.com | সোণতলীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ সোণতলীৰ ছমৰীয়াপামবাসীয়ে যোৱা তিনি বছৰে দেখা নাই বিদ্যুতৰ পোহৰ৷ যি সময়ত পৰিৱৰ্তন কামী চৰকাৰ খনে ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ বিজেপি চৰকাৰে সকলো গাঁৱতে বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰিছে তেনে সময়তে ৰাজ্যৰ ৰাজধানীৰ পৰা মাথো প্ৰায় ৬০ কিঃ মিঃ নিলগৰ এখন গাঁৱত নাই বিদ্যুতৰ সংযোগ৷ যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্রুতি ফুটুকাৰ ফেন হৈ পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ফলত পোহৰ দেখিবলৈ পোৱা নাই ৰাইজে৷ 

স্বাধীনতা ৭০ বছৰৰ পাছত গাঁও খনে ২০০১ চনত লাভ কৰিছিল বিদ্যুতৰ সংযোগ৷ যোৱা ৫টা বছৰে বিদ্যুতৰ পোহৰ লাভ কৰিলে যদিও তিনিবছৰ পূৰ্বে ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰে। বাৰে বাৰে এই খবৰ বিভাগক দিয়া হৈছিল যদিও বিভাগে আজিলৈ গুৰ্ত্ব প্ৰদান নকৰিলে। ফলত যোৱা তিনিটা বছৰে এন্ধাৰত পাৰ কৰিব লগা হৈছে সময়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0