75
ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো শুকুৰবাৰে পুৱাই শ শ লোকে সূৰ্য দেৱতাক আৰাধনা কৰে। ওদালগুৰি জিলাৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ষট পূজা৷
যোৱা ২৫ অক্টোবৰপ পৰা পালন কৰা ষট পূজা শুকুৰবাৰে সমাপ্ত হয়। ওদালগুৰি জিলাৰ গোলন্দী নৈৰ পাৰত পূজা কৰা পৰিলক্ষিত হয়।