66
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ জাতীয় ক্ৰিকেট দলটোৰ প্ৰাক্তন অধিনায়ক ক্ৰিছ গেইলক প্ৰত্যাহ্বান জনাইছে অভিনেত্ৰী ছানী লিঅ’নিয়ে৷ অৱশ্যে ক্ৰিকেটত নহয়, নৃত্যত এই প্ৰত্যাহ্বান অভিনেত্ৰীগৰাকীৰ৷
