62
ডিজিটেল ডেস্কঃ খাপ পঞ্চায়তে বিবাহৰ ক্ষেত্ৰত নিজে গ্ৰহণ কৰা বিভিন্ন নীতি-নিয়ম খটুৱাই বিভিন্ন সময়ত যুৱক-যুৱতীক বিয়াত বাধা দি আহিছে৷
জাত-পাত, উচ্চ-নীচ ভেদাভেদ কৰি খাপ পঞ্চায়তে বিভিন্ন সময়ত নিৰ্দেশ জাৰি কৰি বিবাহৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়াৰ খবৰ প্ৰচাৰ হয়৷