Home বিনোদনধূসৰ এখন ফটো! অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ অন্তিম ক্ষণৰ কথাবোৰ…

ধূসৰ এখন ফটো! অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ অন্তিম ক্ষণৰ কথাবোৰ…

by News Desk
A+A-
Reset
susanta

মুম্বাইঃ যাৰ জনপ্ৰিয়তা বহুতৰ বাবে কল্পনাৰো অগোচৰ, যিয়ে ডিজনিলেণ্ডলৈ ফুৰিবলৈ যায়, চৰাইক নিজ হাতেৰে খোৱাবস্তু তুলি দিয়ে, নিয়মিত জিম কৰে, টিভিৰ ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি এখনৰ পিছত আনখন ছুপাৰ হিট বলীউডৰ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে, সাফল্যৰ ছিৰিত উঠি নতুনত্বৰ সন্ধান কৰিছিল, প্ৰেমত পৰিছিল, এবাৰ প্ৰেমত ব্যৰ্থ হ’লে আকৌ প্ৰেম কৰাৰ সাহস ৰাখিছিল, নিয়মিত ছ’চিয়েল মিডিয়াত ইতিবাচক কথা পোষ্ট কৰিছিল তেনে এজন মানুহে কি এনেকৈ আত্মহত্যা কৰিব পাৰে? 

মানিবলৈ কষ্ট হ’লেও এয়াই সত্য। মাত্ৰ ৩৪ বছৰ বয়সতে আজি দুপৰীয়া ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুতে। তেওঁ মুম্বাইৰ বান্দ্ৰাস্থিত যিটো ফ্লেটত ভাৰা লৈ আছিল সেই ফ্লেটতে আত্মহত্যা কৰে। এই পৰ্যন্ত আত্মহত্যাৰ কাৰণ জানিব পৰা নগ’লেও বিভিন্ন কাৰকলৈ চাই কোৱা হৈছে যে যোৱা প্ৰায় ৬ মাহ ধৰি তেওঁ ডিপ্ৰেশ্যনৰ সৈতে যুঁজ দি আছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0