51
কাকপথাৰঃ প্ৰাক্তন মন্ত্ৰী তথা শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক জগদীশ ভূঞাৰ আহ্বান মৰ্মে আজি ধলা-শদিয়া সংযোগী দলং ড০ ভূপেন হাজৰিকা সেতুখ পৰিস্কাৰ কৰিবলৈ ওলাই আহে লোক৷
৭১ সংখ্যক স্বাধীনতা দিৱসৰ দিনা জিলাখনৰ সহস্ত্ৰাধিক ৰাইজে হাতে হাতে ঝাড়ু লৈ স্বচ্ছ ভাৰত অভিযান চলাই৷ দৰ্শনাৰ্থীসকলক দলংখনত জাৱৰ-জোথৰ নেপেলাবলৈ আহ্বান জনায় ভূঞাই।