Home দেশতবলীগলৈ যোৱা ৬৪৭ৰ দেহত কৰ’না, এইসকলৰ বিৰুদ্ধে NSA গোচৰ যোগী চৰকাৰৰ

তবলীগলৈ যোৱা ৬৪৭ৰ দেহত কৰ’না, এইসকলৰ বিৰুদ্ধে NSA গোচৰ যোগী চৰকাৰৰ

by News Desk
A+A-
Reset
yogi

নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত সম্পন্ন কৰা হৈছে ৮০০০ লোকৰ কৰ’না টেষ্ট। এই কথা সদৰী কৰিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। সংস্থাটোৱে জনোৱা মতে বৰ্তমান ভাৰতত ১৮২ টা লেবত টেষ্ট চলি আছে আৰু ইয়াৰে ১৩০ টা লেবেই হৈছে চৰকাৰী।

ভাৰতত কৰ’না ভাইৰাছৰ ছুপাৰস্প্ৰেডাৰ হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদৰ তবলীগ জামাতৰ সৈতে সংযোগ থকা পজিটিভৰ ঘটনা ১৯খন ৰাজ্যৰ পৰা আহিছে বুলিও জনাইছে আইচিএমআৰে। সংস্থাটোৰ মতে যোৱা দুদিনত তবলীগ জামাতত ভাগ লোৱা লোকসকলৰ ৬৪৭ জনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0