54
ডিজিটেল ডেক্স, তেজপুৰঃ সাধাৰণতে পেট্ৰ’লৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৱে পেট্ৰ’লৰ খৰচৰপৰা বিৰত থাকিব লাগে বুলি কৈ ফুৰে। কিছু কিছু চেলিব্ৰেটিয়ে মাজে-সময়ে চাইকেল চলোৱাও দেখা যায়। কিন্তু এয়া মাথোঁ ক্ষণিকৰ বাবেহে। নিজকে প্ৰচাৰৰ এক অংশস্বৰূপে এইধৰণৰ ভেল্কিবাজী কৰি থাকে।
