Home বিনোদনশ্বেতা পণ্ডিতৰ MeToo, ‘‘গান গোৱাৰ বিনিময়ত মোক চুমা খুজিছিল অনু মালিকে’’

শ্বেতা পণ্ডিতৰ MeToo, ‘‘গান গোৱাৰ বিনিময়ত মোক চুমা খুজিছিল অনু মালিকে’’

by News Desk
A+A-
Reset
728908-shweta-pandit-anu-malik

ডিজিটেল ডেস্কঃ এইবাৰ MeTooৰ জালত পৰিল বলিউডৰ সংগীত সুৰকাৰ অনু মালিক৷ ইতিমধ্যে সোনা মহাপাত্ৰাই অনু মালিকৰ ওপৰত যৌন উৎপীড়নৰ অভিযোগ দিয়ে৷ তাৰ পাছতেই শ্বেতা পণ্ডিতে ১৫ বছৰৰ বয়সত অনু মালিকৰ পৰা অশালীন ব্যৱহাৰ পোৱাৰ ওপৰত টুইটৰ যোগে প্ৰকাশ কৰে৷ এই আটাইবোৰ অভিযোগক অনু মালিকে স্বীকাৰ নকৰে যদিও ছনি টিভিৰ জনপ্ৰিয় সংগীতৰ অনুষ্ঠান ‘ইণ্ডিয়ান আইডল ১০’ বিচাৰক পদৰ পৰা তেখেতক বহিষ্কাৰ কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে খবৰ অনুসৰি সংগীত ৰিয়েলটী শ্ব’ৰ দৃশ্যাংশৰ বাবে অনুয়ে সোমবাৰৰ পৰা শ্বুটিং নকৰে৷

আনহাতে টুইটৰ যোগে অনুক স্পষ্ট ৰূপত ভণ্ডামি নামেৰে আখ্যা দিয়ে শ্বেতাই৷ পীড’ফাইল নামেৰে অনুক নামকৰণ কৰে শ্বেতাই৷ যাৰ অৰ্থ হ’ল যিকোনো ব্যক্তিয়ে যৌনতাৰ ৰূপত শিশুৰফালে আকৰ্ষিত হোৱা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0