106
তামুলপুৰঃ ইউ টি চিৰ বিৰোধিতা আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণক লৈ আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত মঙলবাৰে দ্বিতীয় দিনা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গুৱাবাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷
একাংশ আক্ৰাছুৰ সদস্যই জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰৰ দোকান বন্ধ কৰাৰ আহ্বান জনোৱাৰ সময়তে স্থানীয় ৰাইজ আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ সৃষ্টি হয়৷