Home ৰাজনীতিতামুলপুৰত ইউ পি পি এলৰ মত-বিনিময় অনুষ্ঠান

তামুলপুৰত ইউ পি পি এলৰ মত-বিনিময় অনুষ্ঠান

by News Desk
A+A-
Reset
ug

তামুলপুৰঃ ‘আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত মোৰ বিজয় নিশ্চিত৷ লগতে বিপিএফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া দ্বিতীয় স্থানত থাকিব৷ তৃতীয় স্থানত থাকিব কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী।’ এই ভাষ্য ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মৰ৷ 

তামুলপুৰ মহকুমাৰ কলবাৰীত শনিবাৰে আবেলি চাৰি বজাত তামুলপুৰ জিলা ইউ পি পি এল দলৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত ব্ৰহ্মই এনেদৰে কয়৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ হাতত কোনো ধৰণৰ ইছ্যু নাই৷ বিগত লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই যি কেইটা প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট লৈ এগৰাকী সাংসদ হিচাবে নিৰ্বাচিত হৈছিল বিগত পাঁচ বছৰে সাংসদ গৰাকীয়ে এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সমৰ্থ নহ’ল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0