26
Sep
2017

BBC
তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অনলাইন ফুটবল ক্লাবে অগ্ৰগতি লাভ কৰিছে৷
আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গুৰত্বপূৰ্ণ খেলখন অমীমাংসীত ভাৱে সমাপ্ত হোৱাত দলটোৱে ট্ৰাইব্ৰেকাৰ পদ্ধতিত প্ৰতিদ্বন্দি ৰঙিয়া ফুটবল ক্লাবক পৰাস্ত কৰে৷