48
গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ যিকোনো এটা সমষ্টিত আগন্তক লোকসভা নিৰ্বাচনত বি জে পিয়ে এজন বাঙালী প্ৰাৰ্থী দিয়াটো বিচাৰিছে বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি, স্বামী বিবেকানন্দ যুৱ সমিতি আৰু শ্বহীদ কনকলতা মহিলা উন্নয়ন সমিতি নামৰ সংগঠনকেইটাৰ।
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সংগঠন তিনিটাই দাবী কৰে যে আগন্তক লোকসভা নিৰ্বাচন নগাঁও লোকসভা সমষ্টিৰ আসনখনত এজন বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী থিয় কৰাব লাগে।