Home ৰাজ্যসংৰক্ষণৰ অভাৱত জহি-খহি গৈছে দক্ষিণপাট সত্ৰৰ আপুৰুগীয়া সম্পদ

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে দক্ষিণপাট সত্ৰৰ আপুৰুগীয়া সম্পদ

by News Desk
A+A-
Reset
18e82d71-9d6b-43fd-ac97-fb854d2f0cec

গুৱাহাটীঃ পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ববে চৰকাৰৰ আছে এটা বিভাগ৷ কিন্তু এই পুৰাতত্ব বিভাগৰ গুৰুত্বহীনতাৰ বাবে ক্ৰমাৎ ধ্বংসৰ হোৱাৰ উপক্ৰম ঘটিছে মাজুলীৰ দক্ষিণপাট সত্ৰত থকা মধ্যযুগৰ প্ৰাচীন সামগ্ৰীৰ ভঁৰালটো। ভঁৰালটোত আছে আজিৰেপৰা প্ৰায় ৩০০ বছৰৰ আগৰ আহোমৰ দিনৰ মূল্যৱান সম্পদ।

এই গুৰুতৰ অভিযোগ ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি সংৰক্ষণ ন্যাস, চমুকৈ ইনটাকৰ অসম ৰাজ্যিক শাখাৰ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাব অসম ৰাজ্যিক শাখাৰ আহ্বায়ক শীলা বৰাই এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি সংৰক্ষণ ন্যাসৰ নতুন দিল্লীৰ আৰ্থিক সহযোগত ২০১৮ চনৰ এপ্ৰিল মাহৰপৰা মাজুলীৰ দক্ষিণপাট সত্ৰৰ ভঁৰালঘৰত থকা মধ্যযুগৰ মূল্যৱান সামগ্ৰীসমূহৰ সংৰক্ষণ কৰাৰ বাবে তেওঁলোকে তাৰ সামগ্ৰীসমূহৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0