281
নগাঁওঃ যি সময়ত ৰাজ্যৰ চৌদিশে এক দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱালত স্বাস্থ্য বিভাগত কৰ্মৰত প্ৰকৃতি প্ৰেমী যুৱক তথা সাংবাদিক কল্যাণ কুমাৰ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী মৃত্যুৰ মুখৰপৰা ৰক্ষা পৰে।
