42
গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি এতিয়া মন পৰখা এটা শ্ল’গানলৈ পৰ্যৱসিত হৈছে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই মুখ্যমন্ত্ৰীয়ে কৈ থকা “দুৰ্নীতিমুক্ত অসম’খন কলুষিত কৰিলে ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰদ্বাৰা। এই গুৰুত্বৰ অভিযোগ ঐক্য সেনা অসমৰ।