60
হোজাইঃ হোজাইৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী ছাত্ৰক শিক্ষকে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
হোজাইৰ মোৰাঝাৰৰ দীঘলজাৰ এ পি জে আব্দুল কালাম বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মিনহাজুল ইছলামক শিক্ষক ছাবিৰ আহমেদে বেতেৰে বেয়াকৈ প্ৰহাৰ কৰে৷