Home ৰাজ্যকাইলৈ যোৰহাট বন্ধ

কাইলৈ যোৰহাট বন্ধ

by News Desk
58 views
A+A-
Reset

মৰিয়নীঃ যোৰহাটৰ প্ৰাক্তন উপাযুক্ত সোলাংকী বিশাল বসন্তক আনটাইড ফাণ্ড কেলেংকাৰিৰ তদন্তলৈ অনাৰ দাবীত ২০ ছেপ্তেম্বৰত যোৰহাট জিলা বন্ধ ঘোষণা কৰিছে সাতটা জাতীয় সংগঠনে৷ যোৰহাট জোকাৰি যোৱা বহু কোটি টকীয়া আনটাইড ফাণ্ড কেলেংকাৰিত জড়িত দুজন এচিএছ বিষয়াৰ লগতে ঠিকাদাৰ উজ্জলজ্যোতি বৰাক যোৰহাট প্ৰশাসনে গ্ৰেপ্তাৰ কৰে যদিও দুৰ্নীতি সংঘটিত হোৱাৰ সময়ত যোৰহাটৰ উপায়ুক্ত হৈ থকা এতিয়াৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব সোলাংকিক উক্ত কেলেংকাৰীত তদন্ত আওতালৈ ননাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ প্ৰায় সাতটা জাতীয় সংগঠনে।

পৰিৱৰ্তনকামী চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় নিদিও বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় আনটাইড ফাণ্ড কেলেংকাৰিৰ অভিযুক্ত সোলাংকিক ব্যক্তিগত সচিবৰ পৰা অপসাৰণ কৰা নাই অথৱা তেওঁৰ বিৰুদ্ধে কিয় কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া লৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় সচেতন মহলৰ মাজত প্ৰশ্নৰ অবতাৰণা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0