41
অপুৰ্ব বৰা, তেজপুৰঃ সোমবাৰে বিয়লি তেজপুৰত উদ্ধাৰ কৰা হয় এটা মৃতদেহৰ৷
মিলনপুৰ চুবুৰীৰ নিৱাসী শৰৎ শইকীয়া নামৰ এজন কৃষকৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ গাঁৱৰ ওচৰৰে এটা জানত পৰি অকাল মৃত্যুক সাৱতি ল’য় শৰৎ শইকীয়াই৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.