Home ৰাজ্যবালিপৰাত কিশোৰী নিৰ্যাতন

বালিপৰাত কিশোৰী নিৰ্যাতন

by News Desk
81 views
A+A-
Reset

বালিপাৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখৰ সমীপৱৰ্ত্তী চিলনী নেপালী গাৱৰ এগৰাকী নবছৰীয়া নাবালিকাক এজন ৫৫ বছৰীয়া লোকে যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে যোৱা ৯ মেৰ বিয়লি ৪ মান বজাত পৰিয়ালৰ আত্মীয়ৰ ঘৰত শিশুটিয়ে পুজাৰ প্ৰসাদ খাবলৈ যোৱাৰ সময়তে চিলনী বঙালী গাঁওৰ নিবাসী তথা দুগৰাকী পত্নী থকা অভিযুক্ত ঘনশ্যাম নৰহ (৫৫) নামৰ লোকজনে কিশোৰীগৰাকীক আগবঢ়াই থোৱা আৰু বিভিন্ন প্ৰলোভনেৰে নদীৰ পাৰৰ নিকতৱৰ্ত্তী হাবিলৈ লৈ যায়।

অভিযুক্তই নিৰ্যাতন চলাই কিশোৰী গৰাকীক অচেতন অৱস্থাত পেলাই থৈ যায়। কিছু সময় পাছত কিশোৰী গৰাকীয়ে চেতনা ঘূৰাই পোৱাত ঘৰলৈ আহি পৰিয়ালৰ লোকক বিষয়টি অৱগত কৰে আৰু পৰিয়ালৰ লোকে অভিযুক্ত ঘনশ্যাম নৰহৰ ওপৰত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0