87
ডিজিটেল ডেস্কঃ দেশৰ মহিলা শ্বুটাৰ তেজশ্বীনি চাৱন্তে ভাৰতলৈ আনিলে ৰূপৰ মেডেল৷ শ্বুটাৰ তেজশ্বীনি চাৱন্তে ৫০ মিটাৰৰ ৰাইফলত প্ৰণ বিভাগত ৬১৮.৯ স্কোৰ কৰি ৰূপৰ মেডেল লাভ কৰে৷
#GC2018Shooting
for #TejaswiniSawant in 50m Rifle Prone Finals#CommonwealthGames2018 #GC2018 pic.twitter.com/gNqsSLLe8P