Home ৰাজ্যনগাঁৱৰ বেবেজীয়াত তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত পিচু উৎসৱ পালন

নগাঁৱৰ বেবেজীয়াত তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত পিচু উৎসৱ পালন

by News Desk
164 views
A+A-
Reset

নগাঁওঃ অসমৰ অন্যতম ভূমিপুত্ৰ তিৱা জনগোষ্ঠী বৰ্ণিল সংস্কৃতিৰে টনকীয়াল৷ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ উৎসৱ সমূহ সদায় ৰাজকীয়৷ তিৱাসকলৰ উৎসৱত নানা সংস্কৃতি, লোক কৃষ্টি, পৰম্পৰাৰ সমাহাৰ ঘটে৷ নৃত্য-গীতে, আয়তীৰ নামে ৰজনজনাই তিৱা জনগোষ্ঠীৰ লোক উৎসৱ সমূহত৷

কদালীপৰিয়া গীতৰ সৈতে পাটিঢোল, তাল, মহৰ শিঙৰ পেঁপা হাতে হাতে লৈ উচাহৰ পৰিবেশ সৃষ্টি কৰে তিৱাসকলৰ ‘পিচু’ উৎসৱত৷ এই উৎসৱত গদালীপৰিয়া গীত জুৰি মতলীয়া হয় তিৱাসকল৷ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়াৰ খাতগুৰি পথাৰত বেবেজীয়া জনজাতি জ্ঞানজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত তিৱা জনগোষ্ঠিৰ বিহু উৎসৱ ‘পিচু’ উৎসৱ দেওবাৰে পালন কৰা হয়। ‘পিচু’ উৎসৱত মনাচি-বাগি মতলীয়া হৈ পৰে ডেকা-গাভৰু৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0