Home দেশত্ৰিপুৰাত ৰাজনাথ-স্মৃতি, চিপিআইএমৰ গুণ্ডাই মহিলাক ধৰ্ষণ কৰিলেও দেশত প্ৰতিবাদ নহয়

ত্ৰিপুৰাত ৰাজনাথ-স্মৃতি, চিপিআইএমৰ গুণ্ডাই মহিলাক ধৰ্ষণ কৰিলেও দেশত প্ৰতিবাদ নহয়

by News Desk
65 views
A+A-
Reset

আগৰতলাঃ দেওবাৰে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে৷ শনিবাৰে নিশা আগৰতলাৰ বিমান বন্দৰত উপস্থিত হৈ প্ৰাৰ্থী সকলৰ হৈ বৰজলা বিধান সভা সমষ্টিত এখন বৃহৎ সভাত অংশ লৈ মুখ্যমন্ত্ৰী মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰে৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী মানিক সৰকাৰক স্বচ্ছতাৰ প্ৰমাণ দিবলৈ আহ্বান জনায়৷

তেও কয় ‘‘যোৱা ২৫ বছৰে বামপন্থী শাসনে ত্ৰিপুৰাক বোকাময় কৰি পেলাইছে৷ এইবাৰ ৰাজ্য খনত পদুম ফুলিবই৷ নাৰী নিৰ্যাতনত ত্ৰিপুৰা শীৰ্ষ স্থানত আছে৷ আইন শৃংখলা পৰিস্থিত বেয়া হোৱাৰ বাবে মানুহ নিৰাপত্তাহীনতাত ভূগিছে৷ দৰিদ্ৰ লোকক বিভ্ৰান্ত কৰি বেছিদিন শাসন কৰিব নোৱাৰি৷’’ ইমানে নহয় ৰাজনাথ সিঙে এতিয়া সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ফালে চাই থকা বুলি কৈ যুৱকসকলক সহজেই স্বনিৰ্ভৰ শীল কৰিব পৰা যাব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0