ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধ কৰাসকল পাকিস্তান-বাংলাদেশলৈ যাওক, চুন্নীৰ সমৰ্থন লাগে...

Home দেশৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধ কৰাসকল পাকিস্তান-বাংলাদেশলৈ যাওক, চুন্নীৰ সমৰ্থন লাগে গিৰিৰাজক

ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধ কৰাসকল পাকিস্তান-বাংলাদেশলৈ যাওক, চুন্নীৰ সমৰ্থন লাগে গিৰিৰাজক

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ২০১৯ চন তথা লোকসভা নিৰ্বাচন অহাৰ লগে লগে ৰাম মন্দিৰক লৈ আকৌ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ৰাম মন্দিৰৰ নিৰ্মাণক কেন্দ্ৰ কৰি আকৌ গৰম হৈছে দেশৰ ৰাজনীতি৷ শাসকীয় দলৰ নেতা-কৰ্মীয়ে ক্ৰেডিট লবলৈ উঠি পৰি লাগিছে ৰাম মন্দিৰৰ কথা পুনৰ প্ৰচাৰ কৰি৷ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত চিয়াৰ দৰে চুন্নী সকলোকে আগুৱাই আহিবলৈ কয়৷

এখন কবি সন্মিলনত অংশ লৈ চিয়াই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা বাবে সমৰ্থন কৰাৰ দৰে চুন্নী সকলোৱেও সমৰ্থন দিব বুলি আশা প্ৰকাশ কৰে৷ উত্তৰ প্ৰদেশ চিয়া ৱাকাৰ্ফ বৰ্ডৰ অধ্যক্ষ ৱাচিম ৰিজৱীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধ কৰাসকলক পাকিস্তান নতুবা বাংলাদেশলৈ গুচি যাব লাগে বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0