47
তেজপুৰঃ বৰদিনৰ পূৰ্বে ৰাজ্যবাসীলৈ দুঃসংবাদ৷ বিশিষ্ট শিক্ষাবিদ, প্ৰথিতযশা ধৰ্মগুৰু তথা অৱসৰপ্ৰাপ্ত বিছপ ৰবাৰ্ট কেৰকাটাৰ পৰলোকপ্ৰাপ্তি ঘটে৷
দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শনিবাৰে দুপৰীয়া চিকিৎসাধীন অৱস্থাত তেজপুৰ ব্যাপ্তিষ্ট মিছন হাস্পতালত মৃত্যুক আঁকোৱালি লয় বৰ্ষীয়ান ধৰ্মগুৰু ৰবাৰ্ট কেৰাকাটাই৷