128
বঢ়মপুৰঃ ২০১৮ বৰ্ষত অসমৰ ক্ৰীড়াবিদসকলে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পিছত আনতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিততা বিজয় ধ্বজ্জা উৰুৱালে অসম সন্তান বিদ্যুৎ বৰাই।
নেচনেল বুড’কেন ফেডাৰেছন, ইণ্ডিয়াই কৰ্ণাটকত আয়োজন কৰা ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৮-১৯ত বঢ়মপুৰৰ বিদ্যুৎ বৰাই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।