103
তেজপুৰঃ তেজপুৰৰ মিলনপুৰত বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ এজন নিহত আৰু চাৰিজন আহত হয়৷ পৰিয়ালৰ ককাকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আইতাক, পিতৃ-মাতৃ আৰু নাতিয়েক আহত হয়৷
