তেজপুৰ, অপুৰ্ব বৰাঃ শোনিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাঁও পঞ্চায়তত ৯ টা ৱাৰ্ডতে বি জে পিৰ প্ৰাৰ্থী জয়ী আৰু এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়।
আনহাতে বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুন পাম গাঁও পঞ্চায়তত ৫ টা ৱাৰ্ডত বি জে পিৰ ৱাৰ্ড মেম্বাৰ জয়ী হোৱাৰ বিপৰীতে ৪ টা ৱাৰ্ডত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ আৰু এটা ৱাৰ্ডত এ জি পিৰ ৱাৰ্ড মেম্বাৰ জয়ী হয়।পানবাৰী জিলাপৰিষদৰ পানবাৰী পঞ্চায়তত বি জে পিৰ সভাপতি হেমন্তী তাঁতী, আঞ্চলিক সদস্য শিৱচৰণ ছাহু জয়ী হয়।