54
তেজপুৰ, অপুৰ্ব বৰাঃ যোগান বিভাগৰ অধীনত হোৱা নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে৷ পশ্চিম তেজপুৰ আঞ্চলিকৰ সভাপতি ভাস্কৰ পটংগীয়াৰ এই অভিযোগ কৰে।
তেজপুৰত ভাৰতীয় খাদ্য নিগমৰ নিবিদাক লৈ ভয়ংকৰ অনিয়মৰ অভিযোগ। তেজপুৰস্থিত খাদ্য আৰু যোগান বিভাগৰ অধীনত হোৱা এই নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷