118
newsnextone.com। তেজপুৰঃ তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, শোণিতপুৰ প্ৰেছক্লাব, তেজপুৰ প্ৰেছ ক্লাৱৰ সহযোগত শনিবাৰে বিয়লি তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট সাংবাদিক তথা ‘দৈনিক জনমভূমি’ আৰু ‘জনমভূমি’ কাকতৰ সম্পাদক উৎপল বৰুৱাই তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক দেৱব্ৰত শৰ্মাৰ ‘সংবাদ, সাংবাদিকতা আৰু তেজপুৰৰ সংবাদকৰ্মীৰ ৰূপ ৰেখা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।
