Home ৰাজ্যলোকসভা নিৰ্বাচনঃ তেজপুৰত নগদ ধন জব্দ

লোকসভা নিৰ্বাচনঃ তেজপুৰত নগদ ধন জব্দ

by News Desk
A+A-
Reset
tz

তেজপুৰঃ আগন্তুক নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্ত প্ৰক্ৰিয়াৰে নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা তথা আৰক্ষী প্ৰশাসনে হাতত লোৱা ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ তত্ত্বাৱধানত কলিয়াভোমোৰা দলংৰ সমীপত এখন মাৰুতী ৮০০ অ’ল্টো গাড়ীৰপৰা মুঠ ৬,৭২, ৮৩০ টকা নগদ ধন জব্দ কৰা হয়৷

গাড়ীচালকজনে উক্ত ধন তেজপুৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বুলি দাবী কৰে যদিও তেনে কোনো তথ্য সম্বলিত নথি-পত্ৰ দেখাব নোৱাৰাৰ বাবে ধনখিনি জিলা উপায়ুক্তৰ দৃষ্টিগোচৰ কৰি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0