64
তেজপুৰঃ অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোন কেইটিমান দিন। ইয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বতাহ ৰাজ্যৰ লগতে দেশতো বলিছে৷
বৰ্তমান অসমৰ চৌদিশে বিহুৰ প্ৰস্তুতি চলি আছে৷ পিছ পৰি ৰোৱা নাই ৰাজনৈতিক দল সমুহো। ব্যস্ত হৈ পৰিছে বিজেপিৰ নেতা কৰ্মীসকলো।