53
তেজপুৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত USER FUND কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চাৰিজন কৰ্মচাৰীক চাকৰিৰপৰা নিলম্বিত কৰা হয়।
তদন্তৰ প্ৰতিবেদনৰ পাছতেই অধ্যক্ষ ৰাজেন্দ্ৰ কলিতাই এক নিৰ্দেশযোগে নিলম্বিত কৰে চাৰিওজন কৰ্মচাৰীক। নিলম্বিত কৰ্মচাৰীকেইজন ক্ৰমে পংকজ দাস, ববী মহন্ত, ফণীভূষণ মেচ আৰু ডেভিদ ছেত্ৰী।