111
চৰাইদেউঃ নিষিদ্ধ গাঞ্জাৰ ঘাটিলৈ পৰ্যবসিত হৈছে সোণাৰিৰ চাফ্ৰাই অঞ্চল। অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ দৰে পিছ পৰি থকা নাই এতিয়া চাফ্ৰাই অঞ্চলো।
একাংশ অসাধু ব্যৱসায়ীয়ে চাফ্ৰাইত গাঞ্জা, ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ সময়তে সোণাৰি আৰক্ষী ডি এছ পি বিভাষ দাসে গোপন তথ্যৰ ভিত্তিত চাফ্ৰাই মোহন গাঁৱৰ চফি আলিৰ বাসগৃহত অভিযান চলাই প্ৰায় ত্ৰিশ কিল’গ্ৰাম নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে।