Home ৰাজ্যৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ উজলিল তেজপুৰ বিশ্ববিদ্যালয়

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ উজলিল তেজপুৰ বিশ্ববিদ্যালয়

by News Desk
76 views
A+A-
Reset

নতুন দিল্লীঃ বিগত বৰ্ষত দেশৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান পোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড. নিৰঞ্জন কড়কে গৱেষণা বিষয়ত পৰিদৰ্শকৰ শ্ৰেষ্ঠ অধ্যাপকৰ সন্মান লাভ কৰিছে। কড়কৰ লগত যুটীয়াভাৱে এই সন্মান লাভ কৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডঃ শ্যামসুন্দৰে৷ ইয়াৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ইফটাক হুছেইনেও ২০১৭ বৰ্ষৰ বিৰাক সৃষ্টি (BIRAC-SRISTI ) গান্ধীয়ান যুৱ  প্ৰযুক্তি উদ্ভাৱনা বঁটা লাভ কৰে। 

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত উদ্ভাৱনা উৎসৱ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনে বিগত বৰ্ষত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নেশ্যনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক তালিকাত পাঁচখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এই উদ্ভাৱনৰ উৎসৱ হৈছে তৃণমূল পৰ্যায়ত উদ্ভাৱকসকলক স্বীকৃতি, সন্মান আৰু পুৰস্কাৰ দিয়াৰ এক অনন্য প্ৰচেষ্টা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0