81
তেজপুৰঃ কংগ্ৰেছ আৰু অ গ প দলক সমলোচনা কৰি বি জে পিৰ শোনিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বি কে নাথে কয় যে বি জে পি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বি জে পিক আঁকোৱালি লৈছে।
নাথে লগতে কয় যে বি জে পি চৰকাৰ ৰাইজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। ৰাইজৰ উন্নয়ন কৰাই বি জে পি চৰকাৰৰ লক্ষ্য বুলি ভাষণত কয় জিলা ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে।