71
newsnextone.com | গুৱাহাটীঃ এইবাৰ টুইটাৰত বোমা বিস্ফোৰণৰ ভাবুকি দিলে এগৰাকী লোকে৷ শনিবাৰে তথা এতিয়াৰ পৰা ৮ ঘণ্টা পূৰ্বে জাকিৰ চেনেল নামৰ টুইটাৰ একাউণ্ট যোগে টুইট কৰি এই ভাবুকি দিয়ে অসম আৰক্ষীক৷ অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই অহা ১৫ আগষ্টত বোমা বিস্ফোৰণৰ ভাবুকি দি পাৰিলে ৰখাই চাবৰ বাবে কয়৷
May up ko murder karuga. i am alfa