66
গুৱাহাটীঃ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অব বডি বিল্ডিং এণ্ড ফিটনেচ (মাদ্ৰিদ, স্পেইন) অলিম্পিক কাউঞ্চিল অব এছিয়াৰ উদ্যোগত ১৩, ১৪ আৰু ১৫ অক্টোবৰত মু্ম্বাইত অনুষ্ঠিত হ’ব এক মেগা ইভেন্ট।
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেন্টত অসমৰ তিনিগৰাকী শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিব৷ শনিবাৰে এক সংবাদমেলযােগে এই কথা প্ৰকাশ কৰে সদৌ অসম শৰীৰচৰ্চা সন্থাই৷