Home ৰাজ্যৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টি-বজ্ৰপাত, নিহত ৩, আহত ২০ঃ ১৩ মে’ পৰ্যন্ত প্ৰবল বৰষুণ-ধুমুহাৰ আশংকা

ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টি-বজ্ৰপাত, নিহত ৩, আহত ২০ঃ ১৩ মে’ পৰ্যন্ত প্ৰবল বৰষুণ-ধুমুহাৰ আশংকা

by News Desk
102 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ বুধবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে সমগ্ৰ ৰাজ্যজুৰি৷ তীব্ৰ গতিত অহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ ফলত কোকৰাঝাৰত এজন হাওৰাঘাটত দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে৷ কেইবাখনো জিলাত হঠাৎ অহা তীব্ৰ গতিত অহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ ফলত বহু পৰিয়ালৰ গৃহ ভাঙি পৰাৰ লগতে গছ-গছনি আৰু বিদ্যুৎৰ খুঁটা উভালি পৰৰা পৰাৰ ফলত বিদ্যুৎ সেৱা ব্যাহত পৰে৷ 

আনহাতে মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন স্থানত শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ বুধবাৰৰ পৰা ১৩ মে’ পৰ্যন্ত প্ৰবল বৰষুণ, ধুমুহা অহাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে৷ গুৱাহাটী মহানগৰীৰ সমীপৰ অঞ্চলত শিলাবৃষ্টিৰো সম্ভাৱনাৰ আশংকা ব্যক্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0