71
নতুন দিল্লীঃ শনিবাৰে বিশ্বকাপত মুখামুখী হ’ব মহাশক্তি দল ভাৰত আৰু শ্ৰীলংকা। এছিয়াৰ দুইটা দলেই শক্তিশালী৷
ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্বকাপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।