82
নতুন দিল্লীঃ ২০১৯ বৰ্ষৰ আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰতে প্ৰথম প্ৰদৰ্শনীৰে সকলোৰে মন জয় কৰে৷ ইতিমধ্যে দুখনকৈ খেলত জয় লাভ কৰে ভাৰতে৷ আনহাতে বৃহস্পতিবাৰে বিয়লি ৩ বজাৰপৰা দুটা শক্তিশালী দলৰ মাজত আৰম্ভ হোৱা খেল চাবলৈ দৰ্শকৰ উৎকন্ঠা দেখা গৈছে৷
এই শক্তিশালী দলকেইটা নিউজিলেণ্ড আৰু ভাৰতৰ মাজত হ’ব। দুয়োটা দলে এতিয়ালৈকে এই বিশ্ব কাপত পৰাজিত হোৱা নাই, জয়ী হৈয়ে আহিছে।