60
গুৱাহাটীঃ আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে উন্মোচন কৰে ‘এই মাটিতে’ নামৰ কথাছবি খনৰ টিভি ট্রেইলাৰ৷
গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত উন্মোচনী অনুষ্ঠানখনত লুৰিণজ্যোতি গগৈৰ লগতে ‘এই মাটিতে’ৰ পৰিচালক ড০ সীতানাথ লহকৰ আৰু প্ৰখ্যাত লোকগীতৰ গায়িকা জিনা ৰাজকুমাৰীও উপস্থিত থাকে। ডাইনী হত্যাৰ ওপৰত নিৰ্মিত বোলছবিখনৰ আজি তৃতীয়টো টিভি ট্রেইলাৰ উন্মোচিত কৰা হয়।